লখিমপুৰ (লোকসভা সমষ্টি)
অৱয়ব
(লক্ষীমপুৰ (লোকসভা সমষ্টি)ৰ পৰা পুনঃনিৰ্দেশিত)
লক্ষিমপুৰ লোকসভা সমষ্টি (ইংৰাজী: Lakhimpur Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা।
বিধানসভাৰ সমষ্টিসমূহ
[সম্পাদনা কৰক]লক্ষিমপুৰ লোকসভা সমষ্টিত তলত উল্লেখিত বিধান সভা সমষ্টিসমূহ আছে[1]:
- মাজুলী বিধানসভা সমষ্টি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
- নাওবৈচা বিধানসভা সমষ্টি
- লখিমপুৰ বিধানসভা সমষ্টি
- ঢকুৱাখানা বিধানসভা সমষ্টি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
- ধেমাজি বিধানসভা সমষ্টি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
- জোনাই বিধানসভা সমষ্টি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
- চাবুৱা বিধানসভা সমষ্টি
- ডুমডুমা বিধানসভা সমষ্টি
- শদিয়া বিধানসভা সমষ্টি
লোকসভাৰ সদস্যসকল
[সম্পাদনা কৰক]ক্ৰম | বৰ্ষ | প্ৰাৰ্থী | দল |
---|---|---|---|
১ | ১৯৬৭ | বিশ্বনাৰায়ণ শাস্ত্ৰী | ভাৰতীয় জাতীয় কংগ্ৰেছ |
২ | ১৯৭১ | বিশ্বনাৰায়ণ শাস্ত্ৰী | ভাৰতীয় জাতীয় কংগ্ৰেছ |
৩ | ১৯৭৭ | ললিত কুমাৰ দ'লে | ভাৰতীয় জাতীয় কংগ্ৰেছ |
৪ | ১৯৮৫ | গকুল শইকীয়া | অসম গণ পৰিষদ |
৫ | ১৯৯১ | বলিন কুলি | ভাৰতীয় জাতীয় কংগ্ৰেছ |
৬ | ১৯৯৬ | অৰুণ শৰ্মা | অসম গণ পৰিষদ |
৭ | ১৯৯৮ | ৰাণী নৰহ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
৮ | ১৯৯৯ | ৰাণী নৰহ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
৯ | ২০০৪ | অৰুণ কুমাৰ শৰ্মা | অসম গণ পৰিষদ |
১০ | ২০০৯ | ৰাণী নৰহ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
১১ | ২০১৪ | সৰ্বানন্দ সোণোৱাল[2] | ভাৰতীয় জনতা পাৰ্টি |
১২ | ২০১৬ | প্ৰদান বৰুৱা | ভাৰতীয় জনতা পাৰ্টি |
লগতে চাওক
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "List of Parliamentary & Assembly Constituencies". Assam. Election Commission of India. Archived from the original on 2006-05-04. https://web.archive.org/web/20060504181808/http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf। আহৰণ কৰা হৈছে: 2008-10-06.
- ↑ "GENERAL ELECTION TO LOK SABHA TRENDS & RESULT 2014". ELECTION COMMISSION OF INDIA. 16 May, 2014. Archived from the original on 2014-06-28. https://web.archive.org/web/20140628100826/http://eciresults.nic.in/ConstituencywiseS0314.htm?ac=14। আহৰণ কৰা হৈছে: 7 জুন 2014.
|