কাৰ্ল ছেণ্ডবাৰ্গ
অৱয়ব
কাৰ্ল ছেণ্ডবাৰ্গ (ইংৰাজী: Carl August Sandburg; ৬ জানুৱাৰী, ১৮৭৮ – ২২ জুলাই, ১৯৬৭) আছিল এজন আমেৰিকান কবি, জীৱনীকাৰ, সাংবাদিক আৰু সম্পাদক। তেওঁ তিনিটা পুলিৎজাৰ বঁটা লাভ কৰে: দুটা কবিতাৰ বাবে আৰু এটা আব্ৰাহাম লিংকনৰ জীৱনীৰ বাবে।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- কাম কৰাৰ সময় এতিয়াই। কিবা এটা কৰাৰ সময় কেতিয়াও শেষ হৈ নাযায়৷[১]
- সময় আপোনাৰ জীৱনৰ মুদ্ৰা।কেৱল আপুনি এই মুদ্ৰা খৰচ কৰিব। আনক আপোনাৰ হৈ খৰচ কৰিবলৈ নিদিব।[২]
- মই ক'লৈ গৈ আছোঁ নাজানো। কিন্তু মই গৈ আছোঁ।[২]
- অকলশৰীয়া জনৰ বাবে জোনটো কথা পতাৰ লগ।[২]
- জীৱনটো পিঁয়াজৰ দৰে; আপুনি ইয়াক এটা এটাকৈ তৰপ খুলি পেলায়, আৰু কেতিয়াবা আপুনি কান্দি উঠে।[২]
- কবিতা হ’ল দুৱাৰ এখন মুকলি আৰু বন্ধ কৰাৰ দৰে, যি সেই দুৱাৰৰ মাজেৰে চোৱাসকলে এটা মুহূৰ্তৰ ভিতৰতে কি দেখা পালে সেই বিষয়ে অনুমান কৰিবলৈ এৰি দিয়ে।[২]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ কাৰ্ল ছেণ্ডবাৰ্গ. "দিনটোৰ বাণী", ৫ মাৰ্চ ২০২৩, পৃষ্ঠা. ১. আহৰণ কৰা হৈছে ৬ মাৰ্চ ২০২৩.
- ↑ ২.০ ২.১ ২.২ ২.৩ ২.৪ https://www.goodreads.com/author/quotes/16380.Carl_Sandburg