সমললৈ যাওক

যৌন প্ৰৱেশক্ৰিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
যোনিৰ ভিতৰলৈ শিশ্নৰ প্ৰৱেশ

যৌন প্ৰৱেশক্ৰিয়া বুলিলে মহিলাৰ যোনি অথবা পুৰুষ বা মহিলাৰ মলদ্বাৰত লিংগ সুমুৱাই দিয়াক বুজোৱা হয়। তাৰোপৰি ডিলডো বা কৃত্ৰিম লিংগ সুমুৱাই দিয়াকো যৌন প্ৰৱেশৰ এক প্ৰকাৰ বুলি গণ্য কৰা হয়। আনহাতে যোনি বা মলদ্বাৰত আঙুলি সোমোৱাই দিয়াটো যৌন প্ৰৱেশ বুলি গণ্য কৰা নহয়।

যেতিয়া এজন পুৰুষে নিজৰ লিংগ এজনী মহিলাৰ যোনিত সুমুৱাই দিয়ে, তেতিয়া ইয়াক যৌন সংগম বোলা হয় [1] [2] । যেতিয়া এটা শিশ্ন আন এজন ব্যক্তিৰ পায়ুপথত সুমুৱাই দিয়া হয়, তেতিয়া তাক পায়ু সংগম বোলা হয় [3] [4]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Cecie Starr, Beverly McMillan (2008). Human Biology. Cengage Learning. পৃষ্ঠা. 314. ISBN 0495561819. https://books.google.com/?id=09reWGhFDqUC&pg=PA314। আহৰণ কৰা হৈছে: April 30, 2013. 
  2. "Sexual intercourse". Collins English Dictionary. http://www.collinsdictionary.com/dictionary/english/sexual-intercourse। আহৰণ কৰা হৈছে: September 5, 2012. 
  3. Barry R. Komisaruk; Beverly Whipple (2009). The Orgasm Answer Guide. JHU Press. পৃষ্ঠা. 108–109. ISBN 978-0-8018-9396-4. https://books.google.com/?id=Kkts3AX9QVAC&pg=PA108। আহৰণ কৰা হৈছে: November 6, 2011. 
  4. Janell L. Carroll (2009). Sexuality Now: Embracing Diversity. Cengage Learning. পৃষ্ঠা. 270–271. ISBN 978-0-495-60274-3. https://books.google.com/?id=5f8mQx7ULs4C&pg=PA271। আহৰণ কৰা হৈছে: December 19, 2010.