লগান
অৱয়ব
লগান (অসমীয়া: খাজনা, হিন্দী: लगान) হৈছে ২০০১ চনত মুক্তিপ্ৰাপ্ত এখন হিন্দি চলচ্চিত্ৰ। আশুতোষ গোৱাৰিকৰৰ দ্বাৰা পৰিচালিত ছবিখনত মুখ্য ভূমিকা ৰুপায়ন কৰিছিল আমিৰ খান আৰু গ্ৰেছী সিঙে।
লগান: ৱাঞ্চ আপন এ টাইম ইন ইণ্ডিয়া | |
---|---|
পৰিচালক | আশুতোষ গোৱাৰিকৰ |
ৰচনা | K. P. Saxena (হিন্দী সংলাপ) আশুতোষ গোৱাৰিকৰ (ইংৰাজী সংলাপ) |
চিত্ৰনাট্য | আশুতোষ গোৱাৰিকৰ San |
কাহিনী | আশুতোষ গোৱাৰিকৰ |
প্ৰযোজক | আমিৰ খান |
অভিনয়ত |
|
সূত্ৰধাৰ | অমিতাভ বচ্চন |
চিত্ৰগ্ৰহণকাৰী | অনিল মেহতা |
সম্পাদনা | Ballu Saluja |
সংগীত পৰিচালক | এ. আৰ. ৰহমান |
প্ৰযোজনা কোম্পানী |
আমিৰ খান প্ৰডাকচন |
পৰিবেশক | Sony Pictures Networks Zee Network |
মুক্তি |
১৫ জুন ২০০১ |
দৈৰ্ঘ্য |
২২৪ মিনিট |
দেশ | ভাৰত |
ভাষা | হিন্দী |
বাজেট | ₹২৫ কোটি |
সৰ্বমুঠ আয় | ₹৬৮.৬৮ কোটি |
লগানে আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱবিলাকত সমালোচকৰ প্ৰশংসা লাভ কৰিছিল আৰু ইয়াৰ লগতে ছবিখনে অনেক বঁটা লাভ কৰিছিল। লগান অস্কাৰ বঁটালৈ মনোনীত হোৱা তৃতীয় ভাৰতীয় চলচ্চিত্ৰ ৰূপে পৰিগণিত হ'ল।